What is Grammar in Assamese ?// ব্যাকৰণ কাক বোলে? // Grammar Definition in Assamese // Learn Grammar in Assamese - EduAssam.in - Assamese Grammar, Assamese Essay, Assam History, GK and Learn English in Assamese.

Post Top Ad

Sunday, July 19, 2020

What is Grammar in Assamese ?// ব্যাকৰণ কাক বোলে? // Grammar Definition in Assamese // Learn Grammar in Assamese

যি পুথি পঢ়িলে এটা ভাষা শুদ্ধকৈ ' আৰু লিখিব পাৰি তাক Grammar (ব্যাকৰণ) বোলে। ব্যাকৰণ হৈছে এটা ভাষা শুদ্ধকৈ কব আৰু লিখিব পৰা এটা সঠিক নিয়ম। যেনেঃ- "কামটো কৰি আছো মই" ব্যাকৰণৰ সৈতে শুদ্ধ হবঃ- "মই কামটো কৰি আছো।"

 

Q: What is Language? ভাষা কি ?

Ans: যিবোৰ ধ্বনিৰ সহায়ত মনৰ ভাব প্ৰকাশ কৰিব তাক ভাষা (Language) বোলে। ইয়াৰ ভাগ টা

(i) কথিত ভাষাঃ- কথা কওঁতে ব্যৱহাৰ কৰা ভাষাক কথিত ভাষা বোলে। উদাহৰণস্বৰূপে- পঢ়া-শুনা নকৰিও এজন মানুহ কথিত ভাষা কব পাৰে।

(ii) লিখিত ভাষাঃ- লিঁখোতে ব্যৱহাৰ কৰা ভাষাক লিখিত ভাষা বোলে। ভাষা লিখোতে বৰ্ণ বা আখৰৰ প্ৰয়োজন হয়।

 

Q. What is Letter in Assamese ? বৰ্ণ(Letter) কাক বোলে ? //  Letter Definition in Assamese.

Ans: যিবোৰ চিনৰ সহায়ত ভাষা লিখা হয়, সেইবোৰক বৰ্ণ বা আখৰ (Letter) বোলে। যেনে- , , , a, b, c, d ইত্যাদি। বৰ্ণ (Letter) দুই প্ৰকাৰৰ

(i)  স্বৰবৰ্ণ (Vowel):- যি বৰ্ণ উচ্চাৰণ কৰাৰ সময়ত আন কোনো বৰ্ণৰ সহায় লব নালাগে তাক স্বৰবৰ্ণ (Vowel) বোলে। অসমীয়াত স্বৰবৰ্ণ ১১ টা যেনে, , , , , , , , , , আৰু ইংৰাজীত Vowel টাA, E, I, O, U

(ii) ব্যঞ্জনবৰ্ণ(Consonant):- যি বৰ্ণ বিলাক উচ্চাৰণ কৰোতে বেলেগ বৰ্ণৰ সহায় লব লাগে তাক ব্যঞ্জনবৰ্ণ (Consonant) বোলে। যেনে, , ,…… b,c,d,f,g…..

(ইয়াত উচ্চাৰণ কৰাৰ সময়ত লগত উচ্চাৰণ কৰিব লাগে, b উচ্চাৰণ কৰাৰ সময়ত b লগত e উচ্চাৰণ আহি যায়)

 

Q: What is Word in Assamese? শব্দ কাক বোলে ? Word Definition in Assamese.

Ans: দুটা বা তাতকৈ অধিক বৰ্ণ লগলাগি কোনো অৰ্থ প্ৰকাশ কৰিলে তাক শব্দ (Word) বোলে। যেনেআম, ৰাম, ৰহিম

 

Q: What is Sentence in Assamese? বাক্য কাক বোলে ? Sentence Definition in Assamese.

Ans: দুটা বা তাতকৈ বেছি শব্দ (Word) লগ লগাই এটা বাক্য (Sentence) গঠন কৰা হয়।

যেনেমই ভাত খাম। তুমি ইয়াত আহাঁ। গৰুৱে গাখিৰ দিয়ে।

প্ৰত্যেক বাক্যৰ দুটা ভাগ/ অংশ আছেঃ- (i) উদ্দেশ্য (Subject)  (ii) বিধেয় (Predicate)

(ঘৰুৱা ভাষাত কবলৈ গলে এখন দলং/নাওৰ দুটা ভাগ- আগভাগ আৰু পিছভাগ থাকে, ঠিক তেনেকৈ  বাক্যৰ আগভাগ আৰু পিছভাগ থাকে, তাকে উদ্দেশ্য আৰু বিধেয় বোলে)

# ( ইয়াৰ বিষয়ে আৰু বেছিকৈ পঢ়ক)....

 

>>> আকৌ, গঠন (Structure) অনুযায়ী বাক্য (Sentence) তিনি প্ৰকাৰৰঃ- (i) সৰল বাক্য (Simple) (ii) জটিল বা মিশ্ৰ বাক্য,(Complex) (iii) যৌগিক বাক্য (Compound) Sentence.

(ঘৰুৱা ভাষাত কবলৈ গলে এখন দলং কেনেকৈ তৈয়াৰি, শিল উপৰত, শিল আগত নে পিছত, নে বালি উপৰত, নে শিল আৰু বালি মিশ্ৰ, এইয়াই গঠন অনুযায়ী তিনিপ্ৰকাৰ)

# ( ইয়াৰ বিষয়ে আৰু বেছিকৈ পঢ়ক)....

 

>>> আকৌ, ভাৱ/অৰ্থ (Sense) বা উদ্দেশ্য (purpose) অনুসৰি বাক্য ভাগত ভাগ কৰিব পাৰি।

(i) বৰ্ণনামূলক বাক্য (Assertive Sentence),

(ii) প্ৰশ্নবোধক বাক্য (Interrogative Sentence)

(iii) আজ্ঞাসূচক (আদেশ, অনুৰোধ, উপদেশমূলক) বাক্য (Imperative Sentence)

(iv) ইচ্ছা বা আশীৰ্ব্বাদসূচক বাক্য, (Optative Sentence) আৰু

(v) আবেগ বা বিস্ময়সূচক বাক্য (Exclamatory Sentence)

(ঘৰুৱা ভাষাত কবলৈ গলে-- যি জনে কথা কৈ আছে, তাৰ মনোভাৱ কেনেকুৱা ধৰণৰ, তেওঁ গালি পাৰি আছে নে আশীৰ্ব্বাদ দি আছে, সেয়ে ইয়াক ভাগত বিভক্ত কৰা হৈছে)

# ( ইয়াৰ বিষয়ে আৰু বেছিকৈ পঢ়ক)....

 

>>ইয়াৰ উপৰিও, অৰ্থ অনুসৰি প্ৰতিবিধ বাক্য (Sentence) ক আকৌ (দুই) ভাগত ভগোৱা হয়। (ঘৰুৱা ভাষাত কবলৈ গলে- ভাল-মন্দ অনুযায়ী মানে হয় আৰু নহয় ভাৱ অনুযায়ী প্ৰতিবিধ বাক্য প্ৰকাৰৰ)

(i) হয়বোধক (Affirmative)

(ii) নহয়বোধক (Negative)

তলৰ টেবুলত প্ৰতিবিধ বাক্যৰ হয়বোধক আৰু নহয়বোধক বাক্য দেখুওৱা হলঃ—

Affirmative (হয়বোধক)

Negative (নহয়বোধক)

Mina has a cat (মিনাৰ এটা মেকুৰী আছে)

Mina does not have a cat (মিনাৰ কোনো মেকুৰী নাই)

I did it. (মই এইটো কৰিছিলো)

I never did it. (মই এইটো কেতিয়াও কৰা নাই)

Are you well ? (তুমি ভাল নে)

Are you not well ? (তুমি ভাল নহয় নে ?)

Go to School. (বিদ্যালয়লৈ যোৱা)

Do not go to school. (বিদ্যালয়লৈ নাযাবা)

Shut the door. (দুৱাৰখন বন্ধ কৰা)

Do not shut the door. (দুৱাৰখন বন্ধ নকৰিবা)

 

Optative and Exclamatory Sentence:--

May you have a son. (Affirmative)

May God save the country. (Affirmative)

May he not die young. (Negative)

What a fool have not I been. (Negative)

Alas!, my friend is no more ! (Negative)

Hurrah! we have won he match (Affirmative)

1 comment:

Do not Enter Spam Link/ কমেণ্টত কোনো ধৰণৰ লিংক ব্যৱহাৰ নকৰিব। গুণমান মন্তব্য প্ৰকাশ কৰিব।

Post Top Ad