Opposite Word in Assamese // বিপৰীত অৰ্থ বুজোৱা শব্দ - EduAssam.in - Assamese Grammar, Assamese Essay, Assam History, GK and Learn English in Assamese.

Post Top Ad

Thursday, July 2, 2020

Opposite Word in Assamese // বিপৰীত অৰ্থ বুজোৱা শব্দ

শব্দ--

বিপৰীত অৰ্থ/

অলপ-

বেছি,

অনুকুল-

প্ৰতিকুল,

অন্তৰ/ ভিতৰ

বাহিৰ

অন্ধকাৰ/ আন্ধাৰ

পোহৰ

অনুৰাগ

বিৰাগ

অন্ধ

চাক্ষুষ

অক্ষম

সক্ষম

আদি

অন্ত

আপোন

পৰ

আমদানি

ৰপ্তানি

আশা

নিৰাশা

আশীৰ্বাদ

অভিশাপ

আদৰ

অনাদৰ

আস্তিক

নাস্তিক

আদান

প্ৰদান

আয়

ব্যয়

আৰম্ভ

শেষ / সমাপ্ত

আকাশ

পাতাল

আচামী

ফৰিয়াদী

ইহকাল

পৰকাল

ইচ্ছা

অনিচ্ছা

উচিত

অনুচিত

উৰ্বৰ

অনুৰ্বৰ

উপকাৰ

অপকাৰ

উচ্চ

নীচ

উত্তম

অধম

উন্নতি

অৱনতি

এন্ধাৰ

পোহৰ

ঐক্য

অনৈক্য

ওখ

চাপৰ

কম

বেছি

কৃতজ্ঞ

অকৃতজ্ঞ / কৃতঘ্ন

কৃপণ

খৰচী

কৃষ্ণপক্ষ

শুক্লপক্ষ

কঠিন

সহজ

কামিলা

অকামিলা

খহটা

মিহি

গহিন

চঞ্চল

গভীৰ

তৰাং

গ্ৰহণ

বৰ্জন

গধুৰ

পাতল

গৰিষ্ঠ

লঘিষ্ট

গুৰু

শিষ্য

গৰম

ঠাণ্ডা

গোলাম

বান্দী

গুণ

দোষ

ঘন

পাতল

ঘৰচীয়া

বনৰীয়া

চেতন

অচেতন

জয়

পৰাজয়

জীৱন

মৰণ

জাৰ

জহ

জন্ম

মৃত্যু

নবীন

পুৰণী

নিন্দা

প্ৰশংসা

পবিত্ৰ

অপবিত্ৰ

পণ্ডিত

মুৰ্খ

পাপ

পূণ্য

পৰিষ্কাৰ

অপৰিষ্কাৰ

প্ৰাচ্য

পাশ্চাত্য

প্ৰচুৰ

অলপ

প্ৰশ্ন

উত্তৰ

বিস্তৃত

সংক্ষিপ্ত

বাম

বিধি

অবিধি

বাদী

প্ৰতিবাদী

বিদ্বান

মুৰ্খ

বন্ধু

শত্ৰু

বহল

ঠেক

বিষাদ

হৰ্ষ

বিনয়

গৰ্ব

ভূত

ভৱিষ্যত

ভদ্ৰ

অভদ্ৰ

মান

অপমান

মিত্ৰ

শত্ৰু

যশ

অপযশ

যোগ

বিয়োগ

বৰষুণ

শান্ত

দুষ্ট

শোক

হৰ্ষ

সঁচা

মিছা

স্বাধীন

পৰাধীন

সধবা

বিধবা

সদাচাৰ

কদাচাৰ

সুগম

দুৰ্গম

সৃষ্টি

ধ্বংস

ৰজা

প্ৰজা

শুক্ল

কৃষ্ণ

স্থিৰ

অস্থিৰ

স্থাৱৰ

অস্থাৱৰ

সঞ্চয়

অপচয়, ব্যয়

সুখ

দুখ

সত্য

অসত্য

হৰ্ষ

বিষাদ

হ্ৰাস/ হ্ৰস্ব

দীৰ্ঘ

হিংসা

অহিংসা/ প্ৰেম

ক্ষয়

বৃদ্ধি 

 # Opposite Word in Assamese // বিপৰীত অৰ্থ বুজোৱা শব্দ

3 comments:

Do not Enter Spam Link/ কমেণ্টত কোনো ধৰণৰ লিংক ব্যৱহাৰ নকৰিব। গুণমান মন্তব্য প্ৰকাশ কৰিব।

Post Top Ad